মাজুলীৰ ডিচি অফিচত কাৰ্যালয় সহায়ক পদ মুকলি ২০২০-Deputy Commissioner Majuli Recruitment Junior Assistant 2020: মাজুলীৰ ডিচি অফিচে ড্ৰিষ্টিক ইলেকচন অফিচত ১ টা কাৰ্যালয় সহায়ক পদৰ বিজ্ঞাপন মুকলি কৰিছে । আবেদন ০৪/০১/২০২০ তাৰিখৰ পৰা ২০/০১/২০২০ তাৰিখৰ ভিতৰত কৰিব পাৰিব । মাজুলীৰ ডিচি অফিচৰ কাৰ্যালয় সহায়ক পদৰ এপ্লিকেছন ফৰ্ম, (Application Form) তাৰিখ, (Date) অনলাইন এপ্লাই (Online Apply) …