মাজুলীৰ ডিচি অফিচত ফোৰ্থ গ্ৰেড পদ মুকলি ২০২০-DC Majuli Recruitment Grade-IV Posts 2020-Apply Offline: মাজুলীৰ ডিচি অফিচে ৩ টা পিয়ন, চকীদাৰ আৰু ৰুম বিয়াৰাৰ (Peon, Chowkidar, Room Bearer) পদৰ বিজ্ঞাপন মুকলি কৰিছে । আবেদন ১০-০১-২০২০ তাৰিখৰ পৰা ২৪-০১-২০২০ তাৰিখৰ ভিতৰত কৰিব পাৰিব । মাজুলীৰ ডিচি অফিচৰ ফোৰ্থ গ্ৰেড পদৰ এপ্লিকেছন ফৰ্ম, (Application Form) তাৰিখ, (Date) …