ব্ৰহ্মপুত্ৰ বোৰ্ডত ৪৫ টা বিভিন্ন পদ খালী ২০২০-Brahmaputra Board Recruitment 45 Various Posts 2020-Apply Offline: ব্ৰহ্মপুত্ৰ বোৰ্ডে ৪৫ টা অভিযন্তা আৰু অফিচাৰ (Engineer and Officer) পদৰ বিজ্ঞাপন মুকলি কৰিছে । আবেদনকাৰীসকলে অফলাইনযোগে আবেদন কৰিব পাৰিব । আবেদনকাৰীসকলে ৩১/০১/২০২০ তাৰিখৰ আগতে আবেদন কৰিব লাগিব । ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অভিযন্তা আৰু অফিচাৰ পদৰ এপ্লিকেছন ফৰ্ম, (Application Form) তাৰিখ, (Date) আদিকে ধৰি সকলোখিনি আমাৰ ৱেৱচাইট www.newsinassam.com ত পাব ।আপোনালোকে …