সৰ্বশিক্ষাৰ শিক্ষকৰ ট্ৰেন্সফাৰ তালিকা ২০২০-SSA Assam TET Teacher Transfer List 2020: অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত কৰ্মৰত TET শিক্ষকসকলৰ অনলাইন মুচুৱেল ট্ৰেন্সফাৰ ( Mutual Transfer Services Online ) প্ৰক্ৰিয়া অসম চৰকাৰে আৰম্ভ কৰিছে । আপোনালোকে এতিয়া ট্ৰেন্সফাৰৰ বাবে এপ্লাই কৰিব পাৰিব । মুচুৱেল ট্ৰেন্সফাৰ প্ৰক্ৰিয়াৰ লিংক আপোনালোকে আমাৰ NewsinAssam.Com ৱেবচাইটত পাব । অধিক নিয়োগ সম্পৰ্কীয় …