এ. পি. এচ. চি. ত ১২ টা পদত চাকৰি ২০২০-APSC Fishery Department Recruitment 2020: এ. পি. এচ. চি. য়ে ১২ টা ফিচাৰী ডেভেলোপমেন্ট অফিচাৰ আৰু এলাইড কেদৰে (Fishery Development Officer & Allied Cadre) পদৰ বিজ্ঞাপন মুকলি কৰিছে । যিকোনো বি. এফ. এচ. চি বা ডি. এফ. এচ. চি বা এম. এচ. চি.(ফিচাৰি) লোকে উক্ত পদত আবেদন কৰিব পাৰিব । আবেদন ৩০-১২-২০১৯ তাৰিখৰ পৰা ০৩-০২-২০২০ তাৰিখৰ ভিতৰত কৰিব পাৰিব । আবেদনকাৰীসকলে ০৩-০২-২০২০ তাৰিখৰ …