আমট্ৰনত ৩৫ টা বিভিন্ন পদ খালী ২০২০-AMTRON Recruitment 35 Various Posts 2020-Apply Online: অসম ইলেকট্ৰনিক্চ ডেভেলোপমেন্ট কৰ্পোৰেচন লিমিটেডে ৩৫ টা বিভিন্ন পদৰ ( হেডকোৱাৰ্টাৰত প্ৰজেক্ট মেনেজাৰ, হেডকোৱাৰ্টাৰত জুনিয়ৰ প্ৰজেক্ট মেনেজাৰ আৰু ড্ৰিট্ৰিক টেকনিকেল চাপোৰ্ট ষ্টাফ ) (Project Manager at State Headquarter, Junior Project Manager at State Headquarter and Technical Support Staff at District) বিজ্ঞাপন মুকলি …