অসম মাধ্যমিক শিক্ষা পৰিষদত চাকৰি: SEBA Recruitment 2019: অসম মাধ্যমিক শিক্ষা পৰিষদত খালী হোৱা Account Assistant পদৰ বাবে Offline Application মাধ্যমত আবেদন বিচৰা হৈছে। নিম্নলিখিত পদৰ বাবে ইচ্ছুক পাৰ্থীয়ে আবেদন কাৰিব পাৰিব। লগতে বিভিন্ন নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.comvisit কাৰে যেন।
SEBA Assam Account Asssitant Recruitment vacancy Details
পদৰ নাম: Account Asssitant
শিক্ষাগত অৰ্হতা: পাৰ্থী সৰ্বনিম্ন ৫০% মাৰ্ক সহ স্নাতক আৰু লগতে কাম্পিউটাৰ শিক্ষাৰ ডিপ্লোমা থাকিব লাগিব।
বয়স: নূন্যতম ২১ বচৰ, সৰ্বাধিক ৪৩ বছৰ
দৰমহা মাহিলী: ১৫,০০০ টকা ( লগতে ৩% হাৰত বাৰ্ষিক বানচ)।
আৱেদনৰ মাচুল: প্ৰাৰ্থীয়ে ২০০ টকা মাছুল ড্ৰাফ্টযোগে ছেবা ক উদ্দেশ্য কৰি যিকোনো বেংক যোগে পঠাব পাৰিব চালানযোগে Apex bank ৰ যোগে পঠাব পাৰিব। চালান ছেবা কাৰ্য্যালয় ত পাৱ।
আবেদনৰ অন্তিম তাৰিখ ১৯ জুন ২০১৯
অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কাৰে যেন…
I am Dhrubajyoti Haloi. I am a Admin in newsinassam.com.
You can reach me at : [email protected]