অভিনেতা সঞ্জয় দত্তৰ দেহত ক’ৰোনা ভাইৰাছৰ অবস্থিতি নাই…

অভিনেতা সঞ্জয় দত্তৰ দেহত ক’ৰোনা ভাইৰাছৰ অবস্থিতি নাই

অভিনেতা সঞ্জই দত্ত চৰ্চিত ক’ভিড-১৯ক লৈ। উল্লেখ্য যে, শনিবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটিছিল অভিনেতা সঞ্জয় দত্তৰ। জানিব পৰা মতে, শনিবাৰে নিশাৰ পৰাই মুম্বাইৰ লীলাৱতী হস্পাতালত অভিনেতা গৰাকী ভৰ্তি হৈ আছে।

শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হৈছিল অভিনেতা গৰাকী। যাৰ বাবে নিশাৰ ভিতৰত অভিনেতা গৰাকীক কৰা হয় ক’ভিড-১৯ টেষ্ট। এই কভিড-১৯ টেষ্টৰ ৰিজাল্ট নিগেটিভ আহে অভিনেতা গৰাকীৰ।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *