Connect with us

Assam News

বাইক আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ তামুলপুৰৰ ৰাজপথত নিহত এজন…

Published

on

বাইক আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ তামুলপুৰৰ ৰাজপথত নিহত এজন…

বাইক আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ তামুলপুৰৰ ৰাজপথত নিহত এজন…

তামুলপুৰৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এ এছ ২৫ চি চি- ৬৩৮৬ নম্বৰৰ ডাম্পাৰ খন আৰু এ এছ ১৪ কে ২৫৯৩ নম্বৰৰ বাইক খনৰ মাজত হয় এই সংঘৰ্ষ। এখন ডাম্পাৰে বাইক এখনত খুন্দা মাৰে। বাইকখনক ডাম্পাৰ খনে চোঁচৰাই আনি ৩০০ মিটাৰ মান দূৰত জ্বলি উঠে বাহন দূখন। থিতাতে নিহত হয় বাইক আৰোহী জন ।

তামুলপুৰ সেনা চাউনিৰ সম্মুখত ৰঙিয়া তামুলপুৰ ভূটান পথত সংঘটিত হয় এই দূৰ্ঘটনা। সেনা বাহিনী আৰু আৰক্ষীৰ লোকে নিৰ্বাপন কৰে এই জুই। নিহত বাইক আৰোহী জন তামুলপুৰৰ চাৰংবাৰী গাওঁৰ নয়ন শৰনীয়া বুলি জানিৱ পৰা গৈছে |

[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending