সুশান্ত মৃত্যু সন্দৰ্ভত ৰিয়াৰ ভায়েক শৈৱিক চক্ৰৱৰ্তীক ১৮ঘন্টা জেৰা ইডিৰ…
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত সুশান্তৰ প্ৰেয়শী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃক ১৮ঘন্টা ধৰি জেৰা কৰিলে ই ডিয়ে। শনিবাৰে ১১বজাৰ পৰা ই ডিয়ে জেৰা কৰিছিল ৰিয়াৰ ভাতৃ শৈৱিক চক্ৰৱৰ্তীক।
উল্লেখ্য যে, সুশান্তৰ একাউণ্টৰ বহু টকা শৈৱিকৰ একাউন্টলৈ টান্সফাৰ হোৱাৰ তথ্য লাভ কৰিছিল ই ডিয়ে। এই তথ্য ই ডিয়ে কটক বেংকৰ এটা একাউন্টৰ পৰা লাভ কৰিছিল।
জানিব পোৱা মতে, ইডিয়ে ৰিয়া চক্ৰৱৰ্তীৰ লগতে ৪গৰাকী লোকক বৰ্তমান জেৰা কৰি আছে।