ভাৰতত বন্ধ কৰা হ’ল PUBG গেম, লগতে ১১৭ বিধ চীনা এপছ…
পুনৰ ভাৰতত বন্ধ কৰা হ’ল চীনা এপছ। ভাৰতত নিষিদ্ধ কৰা এই ১১৮ বিধ চীনা এপছৰ ভিতৰতে আছে যুৱপ্ৰজন্মৰ জনপ্ৰিয় মবাইল গেম PUBG । দেশৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই ঘোষণা।
খন্তেক সময়ৰ পূৰ্বে এন আন আইয়ে সদৰি কৰিলে এই তথ্য। ভাৰত-চীনৰ সীমাকেন্দ্ৰিক বিবাদ চলি থকাৰ মাজতে ভাৰতে লোৱা এই সিদ্ধান্ত যথেষ্ট গুৰুত্বপূৰ্ণ।
[jnews_block_2 ]