মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহন অসমৰ বিভিন্ন প্ৰান্তত…
আছুৰ লগত ৰাজ্যৰ প্ৰতিখন মহকুমা ছাত্র সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ। বৃহস্পতিবাৰে পুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অনুষ্ঠিত কৰা হ’য় এই প্ৰতিবাদ। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি অসমৰ প্ৰন্তে প্ৰন্তে দাহ কৰে প্ৰতিবাদ কাৰীয়ে। এই কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আছু সদস্য ।
উল্লেখ্য যে, অসম চৰকাৰৰ গৃহবিভাগে ২০ তাৰিখে অনুষ্ঠিত কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত বাতিল কৰা হৈছিল পৰীক্ষা। অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা সন্দৰ্ভত উচ্ছ পৰ্যায়ৰ তদন্তৰ বাবে দাবী জনাই আছুৱে কৰে এই প্ৰতিবাদ।
[jnews_block_2 ]