টুইটাৰ একাউন্ট হেক কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…
- হেকাৰে হেক কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত ৱেৱচাইট narendramodi_inৰ টুইটাৰ একাউন্ট।
- বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩.১৫বজাত মোডীৰ একাউন্ট হেক কৰে হেকাৰে।
- একাউণ্ট হেক কৰিয়েই নৰেন্দ্ৰ মোডীৰ টুইটাৰ একাউন্টৰ জৰিয়তে ক’ভিড-১৯ৰ বাবে আৰ্থিক সাহাৰ্য্য বিচাৰে হেকাৰে।
- কিছুসময় পিছতে হেকাৰৰ এই কাণ্ড প্ৰত্যক্ষ কৰি ততালিকে একাউন্টতো ৰিকভাৰ কৰা হয়।[jnews_block_2 ]