২০২০-২১ বৰ্ষত ৰাজ্যৰ সাংবাদিকৰ বাবে সাংবাদিক পেঞ্চন…
ৰাজ্যৰ ২০গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সাংবাদিক পেঞ্চন। ৰাজ্যত ক’ভিডৰ মাজতে সাংবাদিক সকলৰ বাবে পেঞ্চন আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষৰ বাবে বিভিন্ন জিলাৰ ২০গৰাকী সাংবাদিকক দিয়া হ’ব পেঞ্চন।
পেঞ্চন প্ৰাপ্য সংবাদিক সকল ক্ৰমে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (নগাঁও), মানস কুমাৰ মহন্ত( কামৰূপ মেট্ৰ), মদন সিংহাল (কাছাৰ), নৰেণ বৰা (বিশ্বনাথ চাৰিআলি), প্ৰচণ্ড বৰুৱা (দৰং), তৰুণ শইকীয়া (কামৰূপ মেট্ৰ’) , সোণেশ্বৰ হীৰা (নগাঁও), কুমুদ ৰঞ্জন দাস (কামৰূপ মেট্ৰ), অপূৰ্ব বল্লভ গোস্বামী (গোলাঘাট), নিৰঞ্জন মহন্ত (যোৰহাট), গকোল কৃষ্ণ শৰ্মা (তিনিচুকীয়া), নৰেশ দাস কলিতা (গোৱালপাৰা), মিহিৰাম বৰা (যোৰহাট), প্ৰণৱ আচাৰ্য (কামৰূপ মেট্ৰ), দেৱদাস পুৰুকায়স্থ (হাইলাকান্দি), দুগ্ধ দত্ত (গোলাঘাট), জাহ্নৱী খাউণ্ড (কামৰূপ মেট্ৰ), থানেস্বৰ নেওগ (বোকাখাত), বিমান চন্দ্ৰ হাজৰিকা (কামৰূপ মেট্ৰ)।
[jnews_block_2 ]