ভাৰতত OPPOৰ নতুন মোবাইলৰ লঞ্চিং বাতিল।

ভাৰতত OPPOৰ নতুন মোবাইলৰ লঞ্চিং বাতিল:

ভাৰত আৰু চীনৰ সৈনিকৰ মাজত হোৱা সংঘাতৰ পিচত এই সিদ্ধান্ত।

ভাৰত চীনৰ মাজত হোৱা সংঘাতত ২০ ভাৰতীয় সৈনিক শ্বহীদ হোৱাৰ পিচত গোতেই ভৰত ক্ষোভিত হৈ পৰে।

এই ঘটনাৰ পিচত ভাৰত চৰকাৰে সমগ্ৰ ভাৰতীয়ক চীনা সামগ্ৰী বৰ্জনৰ বাবে আহ্বান জনায়।

 চীনা সামগ্ৰী বয়কটৰ আহ্বানৰ পিছতে বাতিল এই লঞ্চিং। অনলাইনযোগে OPPOৰ নতুন মোবাইলৰ মুকলি কৰাৰ কথা আছিল ভাৰতীয় বজাৰত। চীনৰ সৰঞ্জামৰ ব্যৱহাৰ কমাবলৈ BSNL ক নিৰ্দেশ। টেলিকম মন্ত্ৰালয়ে BSNL ক দিলে এই নিৰ্দেশ। এয়া ভাৰতৰ চীনৰ বিৰুদ্ধে দিয়া এক উচিত প্ৰত্যুত্তৰ।

এই দৰে সমগ্ৰ দেশতে এতিয়া উঠিছে চীনা সমগ্ৰী বৰ্জনৰ জোৱাৰ। সেনাৰ মৃতুৰ পিছত ঠায়ে ঠায়ে সাব্যস্ত হৈছে প্ৰতিবাদ।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Gunotsav Result 2023: Check Your Assam School Result Online

Gunotsav is a flagship program of the Government of Assam, aimed at improving the quality ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *