ONGCৰ পাইপ বিস্ফোৰণ, নাজিৰাত …
ৰাজ্যত যেন এটাৰ পিছত্ত এটা বেয়া খৱৰ। চাৰিও ফালৰ পৰা ৰজ্যত যেন নামি আহিছে অন্ধকাৰ। বাঘজানৰ পিছত এইবাৰ নাজিৰাৰ গেলেকীত ONGCৰ পাইপ ফাটি নিৰ্গত হৈছে গেছ। এই নিৰ্গত গেছৰ পৰা বিস্ফোৰণ হৈছে ONGCৰ পাইপ। সেউজ চাপৰিৰ ২নং ONGC ৰীগত সংহটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণ।
এই বিস্ফোৰণৰ বাবে ওচৰৰ কেইবাখন গাঁৱৰ ৰাইজ ইতিমধ্যে নিজৰ ঘৰ এৰি যোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ONGCৰ তৎপৰতাত বৰ্তমান ৰোধ হৈছে গেছ নিৰ্গমন।
[jnews_block_2 ]