Connect with us

Assamese News

অসমত নতুনকৈ দিয়া হ’ব’ নিকি ল’কডাউন?

Published

on

অসমত নতুনকৈ দিয়া হ’ব’ নিকি ল’কডাউন?

দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো অব্যাহত আছে ক’ৰনা মহামৰীৰ তাণ্ডৱ। যোৱা ১৮/০৬/২০২০ ইং, বৃহস্প্তি বাৰলৈ অসমত ক’ৰনা আক্ৰান্ত ৰোগীৰ মুঠ স্ংখ্যা 4904 লৈ বৃদ্ধি হোৱা দেখা যায়।ৰাজ্যৰ আন আন  ঠাইৰ তুলোনাত গুৱাহাতী মহানগৰত কৰ’না আক্ৰান্ত ৰোগীৰ  সংখ্যা বেচি হোৱা দেখা যায়।কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ ফলত আন আন ৰাজ্যৰ লগত অসমতো পূণৰ ল’কডাউন দিয়াৰ চিন্তা পোহৰলৈ আহে।

পূনৰ ল’কডাউনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ (মহানগৰ) উপায়ুক্ত  বিশ্বজিৎ পেগুৱে জানিব দিয়ে যে.বৰ্তমানৰ দৰে অসমত একে থাকিব লকডাউন। কামৰূপ মহানগৰীত ৰাতি ৯ বজাৰ পৰা ৰাতিপূৱ ৭ বজালৈ থাকিব কাৰ্ফিউ। অৰ্থাৎ ৰাতিপূৱা ৭ বজাৰ পৰা ৰাতি ৯ বজালৈ খুলিব পাৰিব দোকন। ক’ৰনা ভাইৰাচৰ ক্ষেত্ৰত ৰাইজ সোজাগ আৰু সাৱধান হোৱতো দৰ্কাৰ।

 

 

 

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending