Assamese News
নতুন উপ ৰাজ্যপাল জম্মু-কাশ্মীৰত…

নতুন উপ ৰাজ্যপাল জম্মু-কাশ্মীৰত…
কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত ঘোষোনা কৰা হ’ব নতুন উপ ৰাজ্যপালৰ। জানিব পৰা মতে, নতুন উপ ৰাজ্যপাল হব মনোজ সিনহা। জম্মু-কাশ্মীৰৰ জি টি মুৰ্মুৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰাৰ পাছত মনোজ সিনহাক নতুন উপ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, ইতিমধ্যে মোডী চৰকাৰৰ ৰাজ্যিক ৰেলমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মনোজ সিনহাই। ৰাষ্ট্ৰপতি ভৱনৰ পৰা ওলোৱা এক বিজ্ঞাপনৰ যৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে।
[jnews_block_2 ]
You must be logged in to post a comment Login