NEC ৰ Merit Scholarship 2020….
ক’ৰোনা কেন্দ্ৰীক অৱস্থাৰ মাজতে উত্তৰ পূৱৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ। উত্তৰ পূৱ পৰিষদ (NEC) ৰ অধীনত ২০২০-২১ চ’নৰ বাবে Merit Scholarship ঘষোনা কৰা হৈছে। উত্তৰ পুৰ্বাঞ্চলৰ দেশত অধ্যায়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা।
Scholarshipৰ নাম: NEC Merit Scholarship
শিক্ষা বৰ্ষ: 2020-21
scholarship ৰ সংখ্যা : 1600
যোগ্যতা….
- এই Scholarshipৰ বাবে আৱেদন কৰা ছাত্ৰ গৰাকী উত্তৰ পূৰ্বাঞ্চলৰ স্থায়ী বাসিন্দা হ’ব লাগিব
- ২০২০-২১ শিক্ষাবৰ্ষ আৰু তাৰ পিছৰ ছাত্ৰ সকলক এই Scholarship ৰাষ্ট্ৰীয় Scholarship পৰ্টেল NSP ৰ যোগেদি দিয়া হ’ব।
- Scholarship পোৱা সময়ত ছাত্ৰ গৰাকীয়ে অইন কোনো ধৰনৰ Scholarship গ্ৰহন কৰিব নোৱাৰিব।
- ছাত্ৰ গৰাকীৰ পাথ্যক্ৰমৰ ওপৰত ভিত্তি কৰি এই Scholarship প্ৰদান কৰা হ’ব।
- চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েহে এই Scholarship গ্ৰহন কৰিব পাৰিব।
- ছাত্ৰ-ছাত্ৰীৰ ঘৰত বাৰ্ষিক আয় ৮ লাখত কৈ কম হ’ব লাগিব।
শৈক্ষিক যোগ্যতা….
Diploma Level:
Qualifying examination: HSLC/HSSLC/Secondary School Leaving /Senior Secondary Leaving certificate examination recognised State/Central board ৰ নুন্যতম 60% marks
Degree Level:
Qualifying examination: HSSLC/Senior Secondary Leaving certificate examination from a recognised State/Central board ৰ নুন্যতম 60% marks
Post Graduate Level:
Qualifying examination: Degree level examination in any discipline (BA/BSc/BE/B Tech/MBBS/LLB/BCA/BBA etc. of any recognized Institute/ University ৰ নুন্যতম 60% marks
M.Phil./Ph.D
Qualifying examination: PG degree from any recognized University ৰ নুন্যতম 60% marks
NEC Merit Scholarshipৰ পৰিমাণ
Diploma: 20,000/ -p.a.
Degree: 22,000/- p.a.
Post graduate 25,000/- p.a.
M. Phil./Ph D: 30,000/- p.a.
NEC Merit Scholarship 2020ৰ অন্তৰ্গত ছাত্ৰৰ সংখ্যা:
-
Arunachal Pradesh: 209 [Diploma: 20, Degree: 130, PG Degree: 52, M.Phil / PhD: 7 ]
2. Assam: 320 [Diploma: 30, Degree: 200, PG Degree: 80, M.Phil / PhD: 10 ]
3. Manipur: 192 [Diploma: 18, Degree: 120, PG Degree: 48, M.Phil / PhD: 6 ]4. Meghalaya: 192 [Diploma: 18, Degree: 120, PG Degree: 48, M.Phil / PhD: 6 ]
5. Mizoram: 192 [Diploma: 18, Degree: 120, PG Degree: 48, M.Phil / PhD: 6 ]
6. Nagaland: 192 [Diploma: 18, Degree: 120, PG Degree: 48, M.Phil / PhD: 6 ]
7. Sikkim: 111 [Diploma: 10, Degree: 70, PG Degree: 28, M.Phil / PhD: 3]
8. Tripura: 192 [Diploma: 18, Degree: 120, PG Degree: 48, M.Phil / PhD: 6 ]
National Scholarship Portal (NSP) (www.scholarships.in) ত অৱেদন কাৰীয়ে অনলাইন যোগে আৱেদন কৰিব লাগিব।
[jnews_block_2 ]