পুনৰ এগৰাকী অভিনেত্ৰীৰ আত্মহত্যা…
পুনৰ এগৰাকী অভিনেত্ৰীৰ আত্মহত্যা… চিনেমা জগতত আকৌ এটা বেয়া খবৰ। ভোজপুৰী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী অনুপমা পাঠকে কৰিছে আত্মহত্যা। টুইটাৰ যোগে সদৰি কৰিছে নিউজ এজেন্সী IANSয়ে এই তথ্য। অভিনেত্ৰীগৰাকীৰ মৃতদেহ মুম্বাইস্থিত নিজৰ ফ্লেটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। মৃতুৰ সময়ত অভিনেত্ৰী গৰাকীৰ বয়স আছিল প্ৰায় ৪০ বছৰ। উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে এটা দিনৰ পূৰ্বে ফেচবুক … Read more