Assamese News
ক’ৰোনাত আক্ৰান্ত হৈছে প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলাম…

ক’ৰোনাত আক্ৰান্ত হৈছে প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলাম…
লাহৰীঘাটৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডা: নজৰুল ইছলাম আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাচত। উল্লেখ্য যে, নিজ ইচ্ছা মতে ডা: ইছলামে কৰাইছিল তেওঁৰ দেহত ক’ভিডৰ স্বাৱ টেষ্ট। এই টেষ্টৰ ৰিপৰ্ট মতে ডা: ইছলামৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাচৰ অৱস্থিতি।
জানিব পৰা মতে, ডা: ইছলামক চৈধ্য দিনৰ বাবে হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। ছচিয়েল মিডিয়া যোগে এই কথা ৰাজহুৱা কৰিছে ইছলামে. [jnews_block_2 ]
You must be logged in to post a comment Login