কলাইগাও সমষ্টিৰ বিধায়ক আক্ৰান্ত ক’ৰোনাত…
পুনৰ আন এগৰাকী বিধায়ক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে। এইবাৰ কলাইগাও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো আক্ৰান্ত হৈছে ক’ৰোনাত। মঙ্গলবাৰে কৰা কভিড-১৯ টেষ্টৰ ৰিজাল্ট মতে বিধায়কগৰাকীৰ শৰীৰত ধৰা পৰিছে কোভিড১৯ৰ উপস্থিতি।
উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি বিধায়কগৰাকীৰ খৈৰাবাৰী স্থিত নিজা বাসভৱনতে আইচ’লেশ্বন হৈ থাকিব মহেশ্বৰ বড়ো।
[jnews_block_2 ]