Assamese News
মণিপুৰত মাওবাদীৰ আক্ৰমণত প্ৰাণ গ’ল অসমৰ জোৱানৰ…

মণিপুৰত মাওবাদীৰ আক্ৰমণত প্ৰাণ গ’ল অসমৰ জোৱানৰ…
মনিপুৰত অসম ৰাইফলচৰ জোৱানৰ ওপৰত আক্ৰমণ চলাই মাওবাদীয়ে। মাওবাদীৰ এই আক্ৰমণত প্ৰাণ গ’ল ৩ জোৱানৰ। তাৰে এজন জোৱানৰ ঘৰ বজালীত। বজালীৰ ঘটবৰ সাদেৰীৰ বীৰ যোৱানজনৰ নাম হ’ল প্ৰনয় কলিতা। উল্লেখ্য যে, ২০০২ চনত অসম ৰাইফলচত নিযুক্তি পাইছিল প্ৰনয় কলিতাই। মৃত্যুৰ সময়ত তেওঁ দুই কন্যা শিশু সহ পত্নীক ইহসংসাৰত এৰি থৈ যায়। আজি তেওৰ নিঠৰ দেহ বজালীৰ গৃহলৈ অনা হ’য়। পৰিয়ালৰ লগতে অঞ্চলটোৰ লোক শোকত ভাগী পৰা দেখা গৈছে।
[jnews_block_2 ]
You must be logged in to post a comment Login