ক’ভিড-১৯ ত আক্ৰান্ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ …

ক’ভিড-১৯ ত আক্ৰান্ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ …

দেশত অব্যাহত ক’ৰোনা মহামাৰীৰ উপদ্ৰৱ। এইবাৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাচ। পজিটিভ আহিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ক’ভিড-১৯ পৰীক্ষাৰ ৰিৰ্পট।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই টুইটাৰ যোগে এই কথা সদৰি কৰিছে। মুখ্যমন্ত্ৰী চৌহানে তেওঁৰ সম্পৰ্কলৈ অহা সকলো লোককে ক’ৰোনা টেষ্ট কৰাবলৈ আহ্বান জনাই।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোৱাৰেন্টাইনত থকাৰ বাবে আহ্বান কৰে[jnews_block_2 ]

 

Leave a Comment