Jal Jeevan Mission, Assam খালী পদবী 2020 | 11 Assistant Chemist পদৰ বাবে আৱেদন..
Jal Jeevan Mission, Assam Recruitment 2020: Jal Jeevan Mission (JJM), Assam ত 11 টা Assistant Chemis ৰবাবে পদ খালি কৰি দিয়া হৈছে .
পদবীৰ নাম : Assistant Chemist
খালী পদৰ সংখ্যা : 11
শিক্ষাগত অৰ্হতা : Chemistry ত Major/Honours লৈ যি কোনো recognized university ৰপৰা Bachelor of Science degree লোৱা হ’ব লগিব।
Computers skills: প্ৰাৰ্থিৰ computer operation আৰু application ৰ বিষয়ে জনা হ’ব লাগিব .
Domicile: Candidate should be a domicile of Assam
বয়স : 30-09-2020 তাৰিখলৈ নুন্যতম 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ’ব লাগিব .
A)SC/ST প্ৰৰ্থিৰ বয়স 40 ত কৈ 5 বছৰ বেচি হ’ব পাৰিব।
- B) OBC/MOBC প্ৰৰ্থিৰ বয়স 40 ত কৈ 3বছৰ বেচি হ’ব পাৰিব।
দৰ্মহা : Rs. 21,500.00 per month.
Jal Jeevan Mission, Assam Job 2020 তআৱেদন কেনেকে কৰিব:
- a) https://forms.gle/VzTqShvXjgRgwDu46 এই লিংকত Click কৰি online আৱেদন কৰিব লাগিব।
- b) সকলো ধৰনৰ documents আৰু work experience Copie জমা দিব লাগিব।
25 October 2020 ৰ আগত আগ্ৰহি প্ৰাৰ্থিয়ে যোগা যোগ কৰিব পাৰিব। অধিক তথ্য জানিবৰ বাবে mail কৰক jaljeevantu@gmail.com .
Advertisement Details: ClickHere
Online আৱেদন: ClickHere