Connect with us

Assamese News

প্ৰকাশ কৰা হ’ল আই পি এলৰ সময় সূচী…

Published

on

প্ৰকাশ কৰা হ’ল আই পি এলৰ সময় সূচী…

প্ৰকাশ কৰা হ’ল আই পি এলৰ সময় সূচী…

  • দেওবাৰে প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেট বোৰ্ডে ইউ এ ইত অনুষ্ঠিত হব লগীয়া আই পি এলৰ খেলৰ সময় সূচী।
  • ভাৰতত ক’ৰোণাৰ সন্ত্ৰাস বৃদ্ধিৰ বাবে ইউ এ ইৰ তিনি স্থান ডুবাই, আবুধাবি আৰু শ্বাৰজাহত অনুষ্ঠিত হব আইপিএল।
  • ডুবাইত ২৪ খন খেল অনুষ্ঠিত হ’ব আবু ধাবিত ২০ খন আৰু শ্বাৰজাহত ১২ খন খেল অনুষ্ঠিত হব।
  • বিচিচিআই-য়ে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুযায়ী প্ৰতিদিনে দুখন কৈ খেল অনুষ্ঠিত হব ।
  • অহা ১৯ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হব লগীয়া আইপিএলৰ প্ৰথম খন খেল মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই চুপাৰ কিংছ।
  • আইপিএলৰ দ্বিতীয় খন খেল দিল্লী কেপিটেল আৰু কিংছ ইলেভেন পঞ্জাবৰ মাজত অনুষ্ঠিত হব ।
  • ২১ চেপ্তেম্বৰত ৰেয়েল চেলেঞ্জাৰ বাংগালোৰ আৰু ছানৰাইজাৰ্ছ হাইদৰাবাদৰ মাজত।
  • শ্বাৰজাহত ২২ চেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম খন খেলত অংশ লব ৰাজস্থান ৰয়েলছ আৰু চেন্নাইৰ চুপাৰ কিংছ।
  • ১০ নৱেম্বৰত আইপিএলৰ ফাইনেল মেচ খন অনুষ্ঠিত কৰা হব।
[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending