ফ্ৰান্সৰ পৰা ভাৰত আহি পালে পাঁচ ৰাফেল যুদ্ধ বিমান…
ফ্ৰান্সৰ পৰা ভাৰত আহি পালে পাঁচ ৰাফেল যুদ্ধ বিমান… ক’ভিডৰ মাজতে ভাৰতৰ বাবে ভাল খবৰ। ভাৰতীয় সামৰিক শক্তিত ই এক নতুন সংযোজন। দেশৰ বায়ুসেনাৰ লগত একেলগে সংযুক্ত হ’ব ‘ৰাফেল’ যুদ্ধ বিমান। সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰিলে পাঁচখনকৈ ৰাফেল যুদ্ধ বিমানে। জানিব পৰা মতে, বুধবাৰে হাৰিয়ানাৰ আমবালা বায়ুসেনা ছাউনীত অৱতৰণ কৰিব এই ৰাফেল যুদ্ধ … Read more