Skip to content

News in Assam- Career News in India

Latest news in Assam and India

Menu
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
  • Privacy policy
  • About Us
Menu

অসম পুলিচত আবেদন কেনেকৈ কাৰিব? How to Online Apply Assam Police Recruitment 2019

Posted on June 18, 2019
অসম পুলিচত আবেদন কেনেকৈ কাৰিব? How to Online Apply Assam Police Recruitment 2019: নমস্কাৰ বন্ধু সকল আজি আপোনালোকক জনাম যে বৰ্তমান ওলোৱা অসম পুলিচৰ ২০০০ টা বিভিন্ন পদৰ বাবে যি চাকৰি ওলাইছে তাৰে অনলাইন অবেদন কেনেদৰে কাৰিব। বিজ্ঞাপনৰ বিষয়ে জানিবলে ইয়াত ক্লিক কৰে যেন—  Click Here

>> প্ৰথমতে আবেদন কাৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন।

Click Here

>> ক্লিক কৰাৰ পিছত Online Apply Linkত ক্লিক কাৰক

>> Online Apply Link ক্লিক কৰাৰ পিছত এখন নতুন Window ওলাব তাত আপুনি আপোনাৰ মোবাইল নংম্বৰ আৰু তাৰে তলত এটা প্ৰশ্ন সুধা জাব (যেনে-6+6=?) তাৰে প্ৰশ্নতোৰ উত্তৰ লিখি Submit কাৰক।

Basic Details

>> Cast= আপোনাৰ জাতিৰ বিষয়ে জনাব, যেনে SC, ST, OBC, General আদি

>> Date Of Birth: আপোনাৰ জন্ম তাৰিখ, চন, মাহ াদি জানাব

>> Educational Qualification: আপোনাৰ অন্তিম শিক্ষাগত বিষয়ে জানাব।

>> If Graduate in Commerce, do you have minimum 6-months Experience in Accounting ?: যদি আপুনি বানিজ্য়ত শাখাত স্নাতক তেন্তে ৬ মাহৰ Accountingত অভিজ্ঞতা আচেনে জানাব। আৰু তাৰ পিছত Go Next Click কাৰিব।

>> Go Next Click কৰাৰ পিছত আপোনাৰ শিক্ষাগত অৰ্হতা অনুজাই পদৰ নাম তালিকা সহকাৰে ওলাব। তাৰে পদকেইটাৰ মাজত আপোনাৰ পচন্দ অনুজাই ক্ৰমাম্বয়ে Select কাৰক।

>> Select কৰাৰ পিছত  Go Next Click কাৰক।

Personal Details

আপোনাৰ নাম দেওতাৰ নাম, আপোনাৰ ধৰ্ম, Nationality বিষয়ে জনাওক। আপোনাৰ বৰ্তমান আৰু স্থায়ী ঠিকনাৰ বিষয়ে জনাওক। তাৰ পিছত Go Next Click কৰক।

Document Upload

Document Uploadত আপোনাৰ ফটো, চহী, বয়সৰ প্ৰমান পত্ৰ (HSLC Admit card), শিক্ষাগত অৰ্হতাৰ প্ৰমান পত্ৰ আদি Documentবোৰ Upload কৰি Go Next Click কাৰক।

>> GO Next ক্লিক কাৰাৰ পিছত এখন নতুন Window ওলাব তাত অপুনি আপোনাৰ Submit কৰা তথ্য়বোৰ থিকে আছেনে এবাৰ Check কৰক। যদি কিবা ভুল হৈছে তেন্ত Go Previous ত ক্লিক কৰি শুদ্ধ কৰিব পাৰি লওক। যদি শুদ্ধ আছে তেন্তে Final Submitত  ক্লিক কৰি Application Form Receipt খন Print কৰি লওক।

বিজ্ঞাপনৰ বিষয়ে জানিবলৈ তলত দিয়স লিংকত ক্লিক কৰক…

Click Here

INSTRUCTIONS IN ASSAMESE
১/  এইটো ছাইট উক্ত ব্ৰাউজাৰত হে উপযুক্ত হব 

  Google Chrome      Mozilla Firefox     Internet Explorer-Edge 
২/  মন কৰিবলগীয়া- Mozilla Firefox ব্ৰাউজাৰত “TAB KEY” য়ে কাম নকৰিব পাৰে । -আবেদনৰ বাবে কোনো ধৰণৰ ফিচ লোৱা নহয়-
৩/  পৰীক্ষাৰ্থীয়ে মান্য মবাইল নম্বৰ ব্যৱহাৰ কৰিব লাগিব ।
৪/  আবেদন কৰা সময়ত Refresh/Reload আদিৰ কাৰ্য্য নকৰিব । 
৫/  কিছু নিৰ্দেশনা
ক/  ফটোৰ আকৃতি JPG হব লাগিব (50KB-450KB)খ/  চহী কৰি দিয়া ফটো খন JPG আকৃতিৰ হব লাগিব (20KB-100KB)গ/  HSLC Admit/ Age Proof Certificate কপি এটা JPG আকৃতিৰ আপলোড কৰিব লাগিব (100KB-450KB)ঘ/  Graduation/ Pass Certificate প্ৰমানপত্ৰ খন JPG ৰ আকাৰত প্ৰেৰণ কৰিব লাগিব (100KB-450KB)ঙ/  OBC/MOBC, SC, ST(H), ST(P) সকলৰ প্ৰমানপত্ৰ JPG আকৃতিৰ প্ৰেৰণ কৰিব লাগিব(100KB-450KB)চ/  Minimum 6 month Experience Certificate in Accounting (if Applicable) প্ৰমানপত্ৰ JPG আকৃতিৰ প্ৰেৰণ কৰিব লাগিব (100KB-450KB)ছ/  Diploma / Certificate of Proficiency in Computer (if Applicable) প্ৰমানপত্ৰ JPG আকৃতিৰ প্ৰেৰণ কৰিব লাগিব (100KB-450KB)জ/  Diploma / Certificate in Stenography from ITI /Polytechnic (if Applicable) প্ৰমানপত্ৰ JPG আকৃতিৰ প্ৰেৰণ কৰিব লাগিব (100KB-450KB) 
৬/  আবেদন সম্পূৰ্ণ কৰণৰ আগত আবেদনকাৰীয়ে সম্পাদনাৰ বাবে আবেদন পুনৰীক্ষণ (Review) কৰিব পাৰিব । সম্পূৰ্ণ কৰণৰ পিছত ইচ্ছা কৰিলে সলাব নোৱাৰিব ।
৭/  আবেদন সম্পূৰ্ণ কৰণৰ পিছত আবেদন কাৰীৰ সম্পূৰ্ণ তথ্য আৰু আবেদনৰ প্ৰমাণ (Application ID), সংলগ্ন কৰা পত্ৰ (Acknowledgement) মুদ্ৰণ কৰিব পাৰিব ।
৮/ এই আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো মাচুল প্ৰদান কৰিব নালাগে।

বিজ্ঞাপনৰ বিষয়ে জানিবলৈ তলত দিয়স লিংকত ক্লিক কৰক…

Click Here

Leave a Reply Cancel reply

You must be logged in to post a comment.

©2023 News in Assam- Career News in India | Design: Newspaperly WordPress Theme