কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি…
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আক্ৰান্ত হৈছে ক’ৰোনাত । তেও নিজৰ টুইটাৰ একাউন্তৰ জৰিয়তে এই তথ্য সদৰি কৰিছে।
জানিব পৰা মতে, কিছুদিন জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈ আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী।
মন্ত্ৰী গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক ক’ভিড-১৯ টেষ্ট কৰাৰ বাবে আহ্বা্ন জনাইছে।
জানিব পৰা মতে, বৰ্তমান চিকিৎসাধীন হৈ আছে গৃহ মন্ত্ৰীগৰাকী।
[jnews_block_2 ]