Connect with us

Assam News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তিম বৰ্ষৰ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত হাহকাৰ…

Published

on

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তিম বৰ্ষৰ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত হাহকাৰ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তিম বৰ্ষৰ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত হাহকাৰ…

ভাৰতৰ লগতে অসমতো অব্যাহত আছে ক’ৰোনাৰ সংঘাট। ৰাজ্যত দিনক দিনে বাঢ়ি গৈ আছে ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা। ক’ৰোনা ৰোগীৰ সংখ্যা ৰাজ্যত বাঢ়ি যোৱাৰ বাবে ৰাজ্যত বন্ধ আছে শিক্ষা অনুষ্ঠান।  

ক’ৰোনা পৰিস্থিতিৰ এনে সময়ত ৰাজ্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত হাহাকৰ দেখা গৈছে। মহামৰীৰ বাবে বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ অনুস্থিত কৰিব পৰা হোৱা নাই। বৰ্তমান ৰাজ্যত এই ক’ৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ মাজতে যোৱা চেপ্তেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক মহলৰ চুড়ান্ত বৰ্ষৰ offline পৰীক্ষাৰ সময় সূচী ঘোষনা কৰে। উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তীপক্ষই ২২ চেপ্তেম্বৰ তাৰিখৰ পৰা পাঠদান নকৰাকৈ এ পৰীক্ষা অনুস্থিত কৰাৰ কথা ঘোষোনা কৰে। এই সময় সূচি পোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত চলে হাহাকাৰ।

এই offline পৰীক্ষাৰ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন আন ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়ৰ সধাৰন সম্পাদক মুন তালুকদাৰেও স্নাতোকত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ বিৰোধীতা কৰে।  

ইউ জি চিৰ নিৰ্দেশ মৰ্মে অনুস্থিত কৰিব লোৱা চুড়ান্ত বৰ্ষৰ পৰীক্ষা সমূহ যাতে Home Assignment, Open Book, অথবা Online যোগে অনুস্থিত কৰে তাৰ বাবে অধিবক্তা আলাখ আলোক শ্ৰীবাস্তৱাই অনুমতি প্ৰদান কৰে।

এই সন্দৰ্ভত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ে কোনোধৰণৰ মন্তব্য প্ৰাকশ কৰা নায়।

[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending