বৰ্ষৰ শেষত অনুষ্ঠিত হ’ব মহাবিদ্যালয়ৰ অন্তিম বৰ্ষৰ পৰীক্ষা, বিদ্যালয় সমূহ খোলাৰ ক্ষেত্ৰত লোৱা নাই কোনো সিদ্ধান্ত: HRDৰ বৈঠক।

বৰ্ষৰ শেষত অনুষ্ঠিত হ’ব মহাবিদ্যালয়ৰ অন্তিম বৰ্ষৰ পৰীক্ষা, বিদ্যালয় সমূহ খোলাৰ ক্ষেত্ৰত লোৱা নাই কোনো সিদ্ধান্ত: HRDৰ বৈঠক।

সোমবাৰে, ১০ আগষ্টত অনুষ্ঠিত হৈছিল  HRDৰ বৈঠক। এই বৈঠকত মহাবিদ্যালয়ৰ অন্তিম বৰ্ষৰ পৰীক্ষা সমূহ বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে।

আনহাতে, বিদ্যালয় সমূহ খোলাৰ ক্ষেত্ৰত বৰ্তমান কোনো ধৰনৰ সিদ্ধান্ত লোৱা হোৱা নাই বুলি জানিব দিয়ে। লগতে বিদ্যালয় সমূহ খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰা পৰামৰ্শ লোৱা হ’ব বুলি জানিব দিয়ে।

ইয়াৰ মাজতে দিল্লী আৰু মহাৰষ্ট্ৰই ক’ভিড-১৯ৰ সংঘাটৰ বাবে মহাবিদ্যালয়ৰ অন্তিম বৰ্ষৰ পৰীক্ষা সমূহ অনুষ্ঠিত কৰাৰ বাবে অনিচ্ছা প্ৰকাশ কৰে।

বিদ্যালয় সমূহৰ অনলাইন ক্লাছৰ ক্ষেত্ৰত মত প্ৰকাশ কৰি কয় যে, ৩য় শ্ৰেনীৰ পৰা বিদ্যালয়ত ৭ম শ্ৰেনীলৈকে এক নিৰ্দিষ্ট সময়ত পাঠদান কৰিলে হ’ব। আনহাতে ৮ম শ্ৰেনীৰ ওপৰৰ শ্ৰেনী বোৰে সম্পূৰ্ণ ভাবে নিয়মিত অনলাইন পাঠদান কৰিব লাগিব।  

[jnews_block_2 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *