Connect with us

Assamese News

ভাৰতীয় নৌ সেনাৰ যুঁজাৰু জাহাজত ক্ৰিউৰ দায়িত্বত প্রথম মহিলা লেফটেনেন্ট…

Published

on

ভাৰতীয় নৌ সেনাৰ যুঁজাৰু জাহাজত ক্ৰিউৰ দায়িত্বত প্রথম মহিলা লেফটেনেন্ট…

ভাৰতীয় নৌ সেনাৰ যুঁজাৰু জাহাজত ক্ৰিউৰ দায়িত্বপ্রথম মহিলা লেফটেনেন্ট

  • ভাৰতীয় নৌ সেনাত লোৱা হৈছে নতুন পদক্ষেপ।
  • প্রথম বাৰৰ বাবে মহিলাক নৌ সেনাৰ যুঁজাৰু জাহাজত ক্ৰিউৰ দায়িত্ব প্ৰদান কৰা হৈছে।
  • নৌ সেনাৰ যুঁজাৰু জাহাজ ক্ৰিউৰ দায়িত্ব অৰ্পণ কৰা হ’ব উপ-লেফটেনেন্ট কুমুদিনী ত্যাগী আৰু ৰীতি সিংক।
  • উল্লেখ্য যে, দুয়োগৰাকী মহিলা সেনা জোৱানে নৌ সেনাৰ মাল্টী ৰোল হেলিকপ্টাৰত চেঞ্চাৰ অপাৰেট কৰাৰ প্ৰশিক্ষণ লৈ আছে।
  • বিশ্বৰ আগশাৰীৰ অত্যাধুনিক হেলিকপ্টাৰসমূহৰ ভিতৰত এই হেলিকপ্টাৰ এখন।
[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending