অগ্নিকাণ্ড সংঘটিত নগাঁৱৰ হয়বৰগাঁৱত…

অগ্নিকাণ্ড সংঘটিত নগাঁৱৰ হয়বৰগাঁৱত…

নগাঁৱৰ হয়বৰগাঁৱত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড। ব্যৱসায়িক প্রতিষ্ঠানত সংঘটিত হৈছিল এই অগ্নিকণ্ডৰ। চৰ্ট-চাৰ্কিতৰ ফলত এই অগ্নিৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমানলৈকে সথিক কাৰন জনিব পৰা হোৱা নাই।

এই অগ্নিকণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী জুইত ভস্মীভূত হৈ নষ্ট হোৱাৰ সন্দেহ কৰা হৈছে। নগাঁৱৰ হয়বৰগাঁৱৰ হনুমান মন্দিৰৰ সন্মুখত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জনিব পৰা গৈছে।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *