সতী ৰাধিকা বঁটা-২০২০ প্ৰদান কৰা হ’ব সমাজসেৱিকা ইভলিনটিচ চাজেমলৈ…
- ২০২০ বৰ্ষৰ সতী ৰাধিকা বঁটাৰ বাবে মনোনীত কৰা হৈছে বিশিষ্ট সমাজসেৱিকা ইভলিনটিচ চাজেমক।
- অহা ২ ছেপ্টেম্বৰৰ সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা এক অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বটা।
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইভলিনটিচ চাজেমক এই বঁটা প্ৰদান কৰিব।
- বৈষ্ণৱ যুগৰ এগৰাকী মহীয়সী নাৰী আছিল সতী ৰাধিকা।
- তেখেতৰ স্মৃতিত অসম চৰকাৰে ২০২০ৰ পৰা প্ৰৱৰ্তন কৰিছে সতী ৰাধিকা বঁটা।
[jnews_block_2 ]