কেৰেলাত সংঘটিত ভয়ংকৰ ভুমিস্খলন…
ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় কেৰেলাত। কেৰেলাৰ ইড্ডুকি জিলাত বিগত কেইবাদিনো ধৰি ধাৰাসাৰে বৰষুণ দি থকাৰ ফলত সংঘটিত হৈছে এই ভূমিস্খলন।
ভুমিস্খলনৰ ফলত জিলাখনৰ ৰাজমলা অঞ্চলত ইতিমধ্যে পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে বুলি চৰকাৰী সুত্ৰই জানিব দিছে।
ঘটনাস্থলীত কিছু সময় পিছতে বনকৰ্মী আৰু জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকল উপস্থিত হৈছে। ইতিমধ্যে ৰেড এলাৰ্ট ঘোষণা কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কেৰেলাৰ ইড্ডুকি, ৱায়নাড আৰু কোঝিকোড জিলাক।
[jnews_block_2 ]