Connect with us

Assam Govt Jobs

অসম স্বাস্থ্য বিভাগত ১৪৮ টা চতুৰ্থ বৰ্গৰ পদ খালী: DME Assam 148 Grade IV Recruitment 2019

Published

on

অসম স্বাস্থ্য বিভাগত ১৪৮ টা চতুৰ্থ বৰ্গৰ পদ খালী: DME Assam 148 Grade IV Recruitment 2019: আসম স্বাস্থ্য বিভাগত ১৪৮ টা বিভিন্ন চতুৰ্থ বৰ্গৰ পদৰ বাবে Directorate of Medical Education, Assam (DME Assam) তৰফৰ পৰা অনলাইনৰ মাধ্যমত আবেদন বিছৰা হৈছে। আবেদন ৬ জুলাই ২০১৯ পৰা ২১ জুলাই ২০১৯ লৈ হব। আধিক নিয়োগ সম্পৰ্কিয় খবৰ লবলৈ আমাৰ website AllJobAssam.com visit কৰে যেন।

Directorate of Medical Education, Assam (DME Assam) Job Vacancy Details

 

পদ সমুহৰ নাম:

1. Ward Boy/Ward Girl
2. Grade-IV
3. Attendant
4. Laboratory Attendant
5. Peon
6. Daftari
7. Dark Room Assistant
8. Stretcher Bearer
9. Sweeper/Cleaner

medianet_width = “300”;
medianet_height = “250”;
medianet_crid = “390024266”;
medianet_versionId = “3111299”;

শিক্ষাগত অৰ্হতা: অষ্ঠম শ্ৰেনী

বয়ষ: ১৮ পৰা ৪৪ বছৰ হব লাগিব।

দৰমাহা: Rs. 12000-37500 + G P-3900

আবেদনৰ মাচুল: আবেদন কাৰিবলৈ মাচুল দিব নালাগে।

আবেদন কেনেকৈ কাৰিব- How to Apply DME Assam Grade 4 Recruitment 2019

>> আবেদন কৰিবলৈ https://alljobassam.com/dme-assam-grade-iv-recruitment-2019/ লিংকত ক্লিক কাৰক
>> ক্লিক কাৰাৰ পিছত এখন নতুন Window খুলিব। তাত আপুনি ক্লিক কৰক।
>> নিজৰ প্ৰয়োজনীয় Document Submit কাৰক

আবেদন আৰম্ভ হব: ৬ জুলাই ২০১৯
আবেদনৰ অন্তিম তাৰিখ: ২১ জুলাই ২০১৯

সম্পুৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

(adsbygoogle = window.adsbygoogle || []).push({});

অনলাইন অবেদন কৰিবৰ কাৰনে: ইয়াত ক্লিক কৰক

Recent Posts

Recent Comments

Archives

Categories

Meta

Assam Govt Jobs

Copyright © 2019 The Sarkari Results. Theme by The Nitesh Arya, powered by WordPress.