আয়ুচ অসমৰ ডিৰেক্তৰ অফিচত থাৰ্ড গ্ৰেড আৰু ফোৰ্থ গ্ৰেড পদ মুকলি ২০২০-Director of AYUSH Assam Recruitment Grade-III & IV Posts 2020: আয়ুচ অসমৰ ডিৰেক্তৰ অফিচে ৭ টা থাৰ্ড গ্ৰেড আৰু ফোৰ্থ গ্ৰেড পদৰ (Office Supervising Asst., Computer Operator, Typist cum Computer Operator, Driver and Office Peon) বিজ্ঞাপন মুকলি কৰিছে । আবেদনকাৰীসকলে অফলাইনযোগে আবেদন কৰিব পাৰিব । আবেদনকাৰীসকলে ০৬-০২-২০২০ তাৰিখৰ আগতে আবেদন কৰিব লাগিব ।
আয়ুচ অসমৰ ডিৰেক্তৰ অফিচৰ থাৰ্ড গ্ৰেড আৰু ফোৰ্থ গ্ৰেড পদৰ এপ্লিকেছন ফৰ্ম, (Application Form) তাৰিখ, (Date) আদিকে ধৰি সকলোখিনি আমাৰ ৱেবচাইট www.newsinassam.com ত পাব ।আপোনালোকে অধিক জানিবৰ বাবে আয়ুচ অসমৰ ডিৰেক্তৰ অফিচৰ ৱেবচাইট www.ayush.assam.gov.in চাব পাৰে । অধিক নিয়োগ সম্পৰ্কীয় বাতৰি পাবলৈ আমাৰ ৱেবচাইট Newsinassam.com সদায় visit কৰে যেন…
Director of AYUSH Assam Recruitment Grade-III & IV Posts 2020:
Applications are invited in the prescribed standard form as published in the Assam Gazette Part- IX from intending candidates for the under mentioned vacant posts under the Directorate of AVUSH. Assam, Dispur, Guwahati-781006. Candidates must be Indian citizen as defined in Article 5 to 8of the Constitution of India.
Director of AYUSH Assam Recruitment Grade-III & IV Posts 2020-Notification Details
আয়ুচ অসমৰ ডিৰেক্তৰ অফিচৰ ৭ টা থাৰ্ড গ্ৰেড আৰু ফোৰ্থ গ্ৰেড পদৰ বিজ্ঞাপনৰ বিৱৰণ তলত দিয়া হ’ল
Director of AYUSH Assam Recruitment 2020 | Details |
Organization Name | Director of AYUSH, Assam |
Job Category | Assam Government Job |
Job Role | Grade-III & IV |
Total Post | 07 |
Apply Mode | Offline |
Advertisement Date | 15-01-2020 |
Last Date | 06-02-2020 |
Director of AYUSH Assam Recruitment Grade-III & IV Posts 2020-Vacancy Details
আয়ুচ অসমৰ ডিৰেক্তৰ অফিচৰ ৭ টা থাৰ্ড গ্ৰেড আৰু ফোৰ্থ গ্ৰেড পদৰ খালী পদৰ বিৱৰণ তলত দিয়া হ’ল
Name of the Post | Vacancy Details |
Grade-III Office Supervising Asstt. | 01 |
Grade-III Computer Operator | 01 |
Grade-III Typist cum Computer Operator | 01 |
Grade-III Driver | 02 |
Grade-IV (Office Peon) | 02 |
Director of AYUSH Assam Recruitment Grade-III & IV Posts 2020-Pay Scale
আয়ুচ অসমৰ ডিৰেক্তৰ অফিচৰ ৭ টা থাৰ্ড গ্ৰেড আৰু ফোৰ্থ গ্ৰেড পদৰ দৰমহাৰ বিৱৰণ তলত দিয়া হ’ল
Name of Post | Scale of Pay Band with Grade Pay |
Grade-III Office Supervising Asstt. | Rs. 14000/- to Rs.49000/- + Rs.7400/- |
Grade-III Computer Operator | Rs. 14000/- to Rs.49000/- + Rs.6200/- |
Grade-III Typist cum Computer Operator | Rs. 14000/- to Rs.49000/- + Rs.6200/- |
Grade-III Driver | Rs. 14000/- to Rs,49000/- + Rs.5000/- |
Grade-IV (Office Peon) | Rs. 12000/- to Rs.37500/- + Rs.3900/- |
Director of AYUSH Assam Recruitment Grade-III & IV Posts 2020-Important Dates
আয়ুচ অসমৰ ডিৰেক্তৰ অফিচৰ ৭ টা থাৰ্ড গ্ৰেড আৰু ফোৰ্থ গ্ৰেড পদৰ গুৰুত্বপূৰ্ণ তাৰিখ তলত দিয়া হ’ল
AYUSH Assam Recruitment | Important Dates |
Publish Date of Advertisement | 15-01-2020 |
Last Date of Submit Application | 06-02-2020 |
Join Us
![]() |
Click Here |
![]() |
Click Here |
![]() |
Click Here |
অধিক জানিবলৈ আৰু সম্পূৰ্ণ বিজ্ঞাপন চাবলৈ তলৰ লিংকত ক্লিক কৰক:
Director of AYUSH Assam Recruitment Grade-III & IV Posts 2020 |