পুনৰ বৃদ্ধি পালে  ডিজেলৰ মূল্য..

 পুনৰ বৃদ্ধি পালে  ডিজেলৰ মূল্য..

বিশ্বৰ লগতে ভাৰতত অব্যাহত ক’ৰোনাৰ সংহাৰ। ক’ৰোনা ভাইৰাচৰ ফলত ভাৰতীয় অৰ্থনিতিত বিষেষ প্ৰভাব পৰা দেখা যায়। ভাৰতত বিভিন্ন সামগ্ৰীৰ  মূল্য বৃদ্ধি দেখা গৈছে।

পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধি সঘনে হোৱা দেখা গৈছে ভাৰতত। পুনৰ এসপ্তাহৰ পিছত বৃদ্ধি পালে ডিজেলৰ মূল্য।

প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ২৫ পইচাকৈ। আনহতে পেট্ৰ’লৰ মূল্য কোনো ধৰনৰ সাল-সলনি হোৱা নাই।

উল্লেখ্য যে, বিগত প্ৰায় ৭দিন ধৰি পেট্ৰল-ডিজেলৰ মূল্য কনো ধৰনৰ সলনি কৰা নাছিল। মঙলবাৰে দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৮০.৭৮ টকা।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *