Assamese News
জামিন পালে ‘কা’ অন্দোলনকাৰী ধৈৰ্য্য কোঁৱৰে…

জামিন পালে ‘কা’ অন্দোলনকাৰী ধৈৰ্য্য কোঁৱৰে…
অসমত ‘কা’ আন্দোলনৰ আন্দোলনকাৰী সকলৰ মাজত আছিল ধৈৰ্য্য কোঁৱৰ। অখিল গগৈৰ লগতে কাৰয়ুক্ত কৰা হৈছিল ধৈৰ্য্য কোঁৱৰক। বৰ্তমান NIA ৰ আদালতত ধৈৰ্য্য কোঁৱৰৰ জামিন মঞ্জুৰ কৰা হৈছে। উল্লেখ্য যে, 30 হাজাৰ টকাৰ আমানতত জামিন মঞ্জুৰ কৰা হৈছে ধৈৰ্য্য কোঁৱৰৰ ।
জানিব পোৱা মতে ২০১৯ ৰ ডিচেম্বৰ মাহৰ পৰা কাৰাবন্দী হৈ আছিল ধৈৰ্য কোঁৱৰ। জি.এম.চি.এইছৰ পৰা মুকলি আকাশৰ তললৈ আহিব পাৰিব কৃষক নেতা ধৈৰ্য্য কোঁৱৰ।
You must be logged in to post a comment Login