24 ঘণ্টাৰ 12 ঘণ্টাই খোলা থাকিব সুৰাৰ দোকান সমূহ…
24 ঘণ্টাৰ 12 ঘণ্টাই খোলা থাকিব সুৰাৰ দোকান সমূহ… শেহতীয়াকৈ দিল্লী চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুৰাৰ বিপনীসমূহক লৈ এই বিষেশ সিদ্ধান্ত। এতিয়াৰে পৰা দিল্লীত ২৪ ঘণ্টাৰ ১২ঘন্টাই খোলা থাকিব সুৰাৰ বিপনী সমূহ। আবকাৰী বিভাগে এই ক্ষেত্ৰত জাৰি কৰিছে জাননী। এই জাননীত কোৱা হৈছে যে, পুৱা ১০বজাৰ পৰা নিশা ১০ বজালৈকে খোলা থাকিব দিল্লীৰ সুৰাৰ … Read more