প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ্ৰাস পালে ৮ টকাকৈ…

প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ্ৰাস পালে ৮ টকাকৈ…

পূণৰ হ্ৰাস পালে ডিজেলৰ মূল্য। বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে দিল্লী চৰকাৰে। দিল্লীত পূৰ্বে ডিজেলত ধাৰ্য কৰা ৩০ শতাংশ VAT। এতিয়া এই tax ১৬.৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ।

কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে দিল্লীত ৮.৩৬ টকা পৰ্যন্ত হ্ৰাস পাব ডিজেলৰ মূল্য। বৃহস্পতিবাৰে পুৱাই সংবাদমেলযোগে এই কথা ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে। দিল্লীৰ অৰ্থব্যৱস্থাৰ শক্তিশালী আৰু সাধাৰণ লোকসকলক মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে এই সিদ্ধান্ত দিল্লী চৰকাৰে গ্ৰহণ কৰিছে বুলি দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিব দিয়ে।[jnews_block_1 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *