Skip to content

News in Assam- Career News in India

Latest news in Assam and India

Menu
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
  • Privacy policy
  • About Us
Menu
দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে বিশ্ব ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত মহেন্দ্ৰ চিং ধোনীৰ…

দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে বিশ্ব ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত মহেন্দ্ৰ চিং ধোনীৰ…

Posted on August 16, 2020

দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে বিশ্ব ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত মহেন্দ্ৰ চিং ধোনীৰ…

স্বাধীনতা দিৱসৰ দিনটোত এ দেশৰ ক্ৰিকেট প্ৰেমীৰ বাবে বেয়া খবৰ। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে ল’লে অৱসৰ। তেখেতে এই দুখবৰ ছ’চিয়েল মিডিয়াযোগে নিজে প্ৰকাশ কৰিলে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ পৰা অৱসৰগ্ৰহণ কৰা এই খেলুৱৈগৰাকীয়ে নিজৰ কেৰিয়াৰ বহু সফলতা অৰ্জন কৰিছে। নানান ঘাট প্ৰতিঘাট নেউচি তেখতে প্ৰবল ইচ্ছাৰ ফলত ইণ্ডিয়া ক্ৰিকটৰ জগতত এক মচিব নোৱাৰা ইতিহসা গঢ়িবলৈ সক্ষম হ’য়। তেওঁ ২০০৭চনৰ আই চি চি ট্ৰফী, টি-২০ বিশ্বকাপ, ২০১১চনৰ ৫০ অভাৰৰ বিশ্বকাপ আৰু ২০১৩চনৰ আই চি চি চেম্পিয়ন ট্ৰফী জয়ী হৈছিল। ক্ৰিকেটৰ আটাইকেইটা ফৰ্মতে তেওঁ এজন বিশ্বাসী খেলুৱৈ, বেটছমেন, উইকেট কিপাৰ হিচাপে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে থিয় হৈ আহিছে।

উল্লেখ্য যে, তেওঁক ২০১৮চনৰ ২ এপ্ৰিলত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। তেখেতৰ অভাব ভাৰতীয় ক্ৰিকেট দলৰ ওপৰত বৰকৈ পৰিব।

[jnews_block_2 ]

 

Leave a Reply Cancel reply

You must be logged in to post a comment.

©2023 News in Assam- Career News in India | Design: Newspaperly WordPress Theme