Assam News
এইবাৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ক, নলবাৰীত…

এইবাৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ক, নলবাৰীত…
নলবাৰী জিলাৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ক কন্টেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰা হ’ল।
উল্লেখ্য যে, কৰ্যালয়টোৰ কৰ্মৰত ২২ জন কৰ্মচাৰীৰ দেহতে ধৰা পৰিছে কোভিড-১৯। বৰ্তমানৰ পৰিষ্ঠিতি প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা প্ৰশাসনে ছীল কৰিছে অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়টো।
জানিব পোৱা মতে এই সময়ছোৱাত ৰাইজক সহায় কৰাৰ বাবে নলবাৰীৰ গৰ্ডন খেলপথাৰত অস্থায়ী ভাবে অগ্নিনিৰ্বাপক কাৰ্য়ালয় সাজু কৰা হৈছে।
You must be logged in to post a comment Login