Assamese News
ক’ভিডৰ বাবেই জাগীৰোডত বাটিল কৰা হ’ল মুখ্যমন্ত্ৰীৰ অনুষ্ঠান…

ক’ভিডৰ বাবেই জাগীৰোডত বাটিল কৰা হ’ল মুখ্যমন্ত্ৰীৰ অনুষ্ঠান…
মুখ্যমন্ত্ৰী সোনোৱালৰ জাগীৰোডত অনুষ্ঠিত হ’বলগা অনুষ্ঠান বাটিল কৰা হ’ল। ক’ভিড ৰ বাবে এই সিদ্ধান্ত। বুধবাৰে আছিল মূখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালৰ এই অনুষ্ঠান। মৈত্ৰী আঁচনিৰ অধিনত নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীৰ।
উল্লেখ্য যে, জাগীৰোডৰ দুগৰাকীকৈ আৰক্ষী বিষয়াৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছতেই এই অনুষ্ঠান বাতিল কৰা হ’য় ৷ পৰৱৰ্তী সময়ত আৰক্ষী থানা উদ্বোধনী অনুষ্ঠানৰ দিন পুণৰ নিৰ্ধাৰণ কৰা হব ৷
[jnews_block_2 ]
You must be logged in to post a comment Login