বঙাইগাওঁ পৌৰনিগমত চাকৰি: Bongaigaon Muncipality Computer Operator Recruitment 2019

বঙাইগাওঁ পৌৰনিগমত চাকৰি: Bongaigaon Muncipality Computer Operator Recruitment 2019: বঙাইগাওঁ পৌৰনিগমত Computer Operator পদৰ বাবে অৰ্হতা সম্মন্ন পাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদনৰ অন্তিম তাৰিখ ২০ জুলাই ২০১৯। অধিক নিয়োগ সম্পৰ্কিয় খবৰ জানিবলৈ আমাৰ website AllJobAssam.com visit কৰে যেন।

MMU Bongaigaon Muncipality, Bongaigaon Recruitment 2019- Computer Operator

 

medianet_width = “300”;
medianet_height = “250”;
medianet_crid = “390024266”;
medianet_versionId = “3111299”;

পদৰ নাম: কম্পিউটাৰ চালক (Computer Operator)

পদৰ সংখ্যা: ০১ টা

দৰমহা: মাহিলী ১৫,০০০ টকা

শিক্ষাগত অৰ্হতা: উক্ত পদৰ বাবে আবেদনকাৰী যিকোনো স্বীকৃতি প্ৰাপ্ত বিশ্ৱবিদ্যালয়ৰ পৰা স্নাতক  আৰু লগতে কাম্পিউটাৰ DCA/ BCA থাকিব লাগিব..

বয়স: ২৩ পৰা ৩৫ বছৰ

অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন…

ক্লিক কাৰক (Click Here)

Leave a Comment