পুনৰ এগৰাকী অভিনেত্ৰীৰ আত্মহত্যা…

পুনৰ এগৰাকী অভিনেত্ৰীৰ আত্মহত্যা…

চিনেমা জগতত আকৌ এটা বেয়া খবৰ। ভোজপুৰী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী অনুপমা পাঠকে কৰিছে আত্মহত্যা। টুইটাৰ যোগে সদৰি কৰিছে নিউজ এজেন্সী IANSয়ে এই তথ্য। অভিনেত্ৰীগৰাকীৰ মৃতদেহ মুম্বাইস্থিত নিজৰ ফ্লেটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। মৃতুৰ সময়ত অভিনেত্ৰী গৰাকীৰ বয়স আছিল প্ৰায় ৪০ বছৰ।

উল্লেখ্য যে,  অভিনেত্ৰীগৰাকীয়ে এটা দিনৰ পূৰ্বে ফেচবুক যোগে লাইভ আহি অনুৰাগীসকলৰ সৈতে বাৰ্তা লাপ কৰিছিল। আৰক্ষীয়ে মৃত অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰা এখন চিঠি উদ্ধাৰ কৰিছে। য’ত তেওঁ আন্মহননৰ পথ বাচি লোৱা দুটা কাৰন উল্লেখ কৰিছে।

[jnews_block_2 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *