বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ পৰীক্ষা স্থগিত কৰা হ’ল…
অল ইণ্ডিয়া বাৰ এক্সামিনেচনৰ পৰীক্ষা কৰা হ’ল স্থগিত। এই পৰীক্ষা ১৬ আগষ্টত অনুষ্ঠিত কৰা কথা আছিল। ক’ৰোনা ভাইৰাছৰ বাবে স্থগিত কৰা হ’ল এই পৰীক্ষাৰ দিন। শেহতীয়া ভাবে এই তথ্য বাৰ কাউন্সিল অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে।
লগতে বাৰ কাউন্সিলে পৰীক্ষাৰ আৱেদনৰ সময়সীমা ৩১ আগষ্টলৈকে বৃদ্ধি কৰি দিছে। বাৰ কাউন্সিল অৱ ইণ্ডিয়াই ২৯ জুলাই তাৰিখে এই সিদ্ধান্ত লৈছে।[jnews_block_2 ]