বেংক কৰ্মচাৰীৰ ববে ভাল খবৰঃ বৃদ্ধি কৰা হ’ল দৰমহা …
বেংক কৰ্মচাৰী সকলৰ বাবে এটা ভাল খবৰ। ১৫শতাংশ পৰ্যন্ত বৃদ্ধি পাব দেশৰ প্ৰায় ৩৫টা বেংক কৰ্মচাৰীৰ দৰ্মহা। উল্লেখ্য যে, দৰ্মহা বৃদ্ধি কৰাক লৈ ২০১৭চনৰ পৰা আলোচনা হৈ আছিল। আকৌ এই দৰমহা বিষয়ক লৈ বুধবাৰে বেংক ইউনিয়ন UFBU (United Forum of Bank Unions) আৰু IBA (Indian Bank Association)ৰ মাজত আলোছনা হৈছে। এই আলোছনা মৰ্মে ২০১৭চনৰ নৱেম্বৰ মাহৰ পৰা কৰ্মচাৰী সকলে এৰিয়াৰ ধন লাভ কৰিব। জানিব পৰা মতে, এই আঁচনিৰ ফলত ব্যয় হব প্ৰায় ৭৮৯৮কোটি টকা। এই বৈঠক অনুষ্ঠিত হৈছিল মুম্বাইৰ ভাৰতীয় ষ্টেট বেংকৰ (SBI-State Bank of India) মুখ্য কাৰ্যালয়ত।
চাকৰিৰ খবৰ পাবলৈ ইয়াত ক্লিক কৰক
[jnews_block_1 post_offset=”4″ include_category=”3309″]