বঙাইগাঁৱৰ আৰক্ষী অধীক্ষকৰ দেহত ক’ভিড-১৯....
ৰাজ্য জুৰি অব্যাহত ক’ভিড-১৯ৰ সংহাৰ। এই পৰ্যন্ত ৰাজ্যত কেইবাগৰাকী আৰক্ষীৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছে। এইবাৰ বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক ক’ৰোনাত আক্ৰান্ত। জনিব পোৱা মতে, হোম কোৱাৰেন্টাইনত আছিল বঙাইগাৱৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল।
উল্লেখ্য যে, কিছু দিনৰ পূৰ্বে আৰক্ষী অধীক্ষকজনৰ দেহৰক্ষীৰ দেহত ও ক’ৰোনা ভাইৰাচৰ অৱস্থিতি পোৱা গৈছিল।
[jnews_block_2 ]