আবকাৰী বিভাগ, অসম ত নিয়োগ 2020: Assistant Inspector Of Excise & Excise Constable ৰ মুঠ 203 পদ খালী:
এইটো অসমৰ শিক্ষীত নিবনুৱাৰ বাবে এটা সোণালী সুযোগ। নতুন কৈ আবকৰী বিভাগ, অসমৰ পৰা ২০৩ টা খালী পদ ওলাইচে। ইয়াত আপোনালোকে online আৱেদন, যোগ্যতা,বয়স ইত্যাদিৰ বিষয়ে জানিব পাৰিব। আপোনালোকে ইয়াত আবকৰী বিভাগ ২০২০ ৰ বাবে পুৰণি প্ৰশ্ন কাকত download কৰিব পাৰিব।
আপোনালোকে ইয়াত অসম চৰকাৰৰ খালী পদৰ বাবে আৱেদন কৰিব পাৰিব। ইয়াত 10pass আৰু 12pass স্তৰৰ চৰকাৰী খালী পদৱীৰ বিশয়ে জনোৱা হ’ব। অধিক জানিবৰ বাবে গতেই পঢ়ক।
SLPRB,Assam য়ে অসমৰ আবকাৰী বিভাগত 203 তা Assistent Inspector of Excise আৰু Excise Constable ৰ খালী পদ মুকলি কৰি দিছে।
Organization Name |
SLPRB |
Post Name |
Assistent Inspector of Excise, Excise Constable |
Total Vacancies |
203 |
Starting Date |
16-06-2020 |
Last Date |
06-07-2020 |
Application Fee |
নাই/Nill |
- Assistant Inspector of Excise:
পদবীৰ সংখ্যা : 44 [UR: 20, OBC/MOBC: 9, STP: 7, STH: 4, EWS: 4]
শিক্ষাগত অৰ্হতা: যিকোনো institute ৰ পৰা HS পাছ হ’ব লাগিব।
দৰমহা: 14,000 ৰ পৰা 49,000ৰ ভিতৰত, GP: Rs 6200/-
- Excise Constable:
পদবীৰ সংখ্যা : 159 [UR: 72, OBC/MOBC: 40, STP: 16, SC: 11, STH: 4, EWS: 16]
শিক্ষাগত অৰ্হতা: যিকোনো institute ৰ পৰা HSLC পাছ হ’ব লাগিব।
দৰমহা: 14,000 ৰ পৰা 49,000 ৰ ভিতৰত, GP: Rs. 5000/-
বয়স: 18ৰ পৰা 38 ৰ ভিতৰত হ’ব লাগিব।
অৱশ্যে SC, ST(P), ST(H) পাৰ্থিৰ 38বছৰত কৈ 5 বছৰ আৰু OBC/MOBC পাৰ্থিৰ 38বছৰত কৈ 3বছৰ বেচি হ’লেও কথা নায়।
নিৰ্বাচন প্ৰক্ৰিয়া: Physical Efficiency Test, Physical Standard Test (PST) and Written test.
আৱেদন কেনেকৈ কৰিব: 06-07-2020 তাৰিখৰ আগত www.slprbassam.in ত গৈ Online আৱেদন কৰক।